New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/c55661e4-e832-45ab-a6a9-0c63ba5ce3fe.jpg)
- জাগীৰোড সমষ্টিৰ আঁহতগুৰি পঞ্চায়তৰ ২৭৬ নং মৰাকলং এল পি স্কুল (উত্তৰ) ভোটকেন্দ্ৰত ভোটদান কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
- মন্ত্ৰীগৰাকীয়ে পুৱা ৮.২০ বজাত পত্নী আইমী বৰুৱাসহ ভোট কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ লগত শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- শেহতীয়াকৈ প্ৰাক্তন মন্ত্ৰী জাগীৰোড সমষ্টিৰ প্ৰাক্তন বিধায়ক বুবুল দাসে কংগ্ৰেছত যোগদানে বিজেপিৰ বাবে কোনো প্ৰত্যাহ্বান নহয় বুলি কয় হাজৰিকাই।
- ইপিনে ভোটদান কৰি আইমী বৰুৱাই কয় – আকৌ ফুঁলিব পদুম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us