একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা…

একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা…

author-image
asomiyapratidin
New Update
একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা…

  • কংগ্ৰেছ এৰি শিৱ সেনাত যোগ দিব প্ৰাক্তন কংগ্ৰেছ প্ৰবক্তা প্ৰিয়ংকা চতুৰ্বেদীয়ে।
  • এই কথা সদৰি কৰিলে শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱটে।
  • শুকুৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল প্ৰিয়ংকা চতুৰ্বেদীয়ে।
  • দলীয় কৰ্মীৰ আচৰণৰ প্ৰতি অসন্তুষ্টি ব্যক্তি কৰি পদত্যাগ কৰে প্ৰিয়ংকাই।
  • কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল তেওঁ।
  • কংগ্ৰেছৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগৰ কথা উল্লেখ কৰিছিল পত্ৰত।
  • ইফালে, শুকুৰবাৰৰ দিনটোতেই তেওঁ শিৱ সেনাত যোগ দিব বুলি জানিবলৈ দিয়ে সঞ্জয় ৰাৱটে।
  • এনে পৰিপ্ৰেক্ষিতত পূৰ্ব পৰিকল্পিতভাৱেই প্ৰিয়ংকা চতুৰ্বেদীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি সন্দেহ।