New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/62358fe2-7961-4d7d-8609-e24b626d5755.jpg)
- শিলচৰত প্ৰিয়ংকা গান্ধী ৷
- সুষ্মিতা দেৱৰ সমৰ্থনত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ ৷
- ৩০ হাজাৰতকৈও অধিক কংগ্ৰেছ কৰ্মীৰ অংশগ্ৰহণ।৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/adf7bb9e-35de-45c5-811c-1b2199cdb980.jpg)
- পদযাত্ৰাত প্ৰিয়ংকাৰ লগতে সুষ্মিতা আৰু হৰিশ ৰাৱাটো আছে ৷
- লোকে-লোকাৰণ্য শিলচৰ চহৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/7baa8fd7-167f-46fd-8c7f-30be7394cd38.jpg)
- এই ৰোড শ্ব' শিলচৰ ক্লাৱ ৰোডৰ পৰা চেন্ত্ৰেল ৰোড, গোপালগঞ্জ, হস্পিতাল ৰোড, ৰাংগিৰখাৰী হৈ চিত্তৰঞ্জন এভিনিউত সমাপ্তি ঘটিব
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/795cb864-df76-41cf-a307-4b688a9a6ef7.jpg)
- ৰোড শ্ব'ৰ মাজতে ৰাইজক উদ্দেশি ভাষণ প্ৰদান কৰিব প্ৰিয়ংকা গান্ধীয়ে।
/https://media.assettype.com/asomiyapratidin/import/website/2019/04/2f1a1168-535c-40d7-9070-60521778a8e0.jpg)
- ৰোড শ্ব' শেষ কৰি প্ৰিয়ংকা পুনৰ উভতি যাব দিল্লীলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/53ac53ff-5cd3-46e6-b43c-a31562d25213.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us