New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5OJRzOUYAATv8R.jpg)
- 'টকা, শাৰী আৰু জোতা দি আমেঠিবাসীক ক্ৰয় কৰিব নোৱাৰি।'
- এই মন্তব্য উত্তৰ প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক প্ৰিয়ংকা গান্ধীৰ।
- 'মিডিয়াৰ সন্মুখত জোতা, টকা বিতৰণ কৰাটো ভুল।'
- 'আমেঠি বাসীয়ে কেতিয়াও কাৰো সন্মুখত হাত পাতি পোৱা নাই।'
- 'মই মোৰ ১২ বছৰ বয়সৰ পৰাই আমেঠিবাসীক কাষত পাইছো।'
- 'তেওঁলোকৰ ইচ্ছা, আকাংক্ষাক মই ভালদৰেই বুজি পাও।'
- 'আমেঠি আৰু ৰায়বৰেলীবাসীক লৈ মই গৰ্ব অনুভৱ কৰো।'
- সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰিয়ংকা গান্ধীৰ।