আমি যি কৰিম, জনতাৰ বাবেহে কৰিমঃ উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধী

আমি যি কৰিম, জনতাৰ বাবেহে কৰিমঃ উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধী

author-image
asomiyapratidin
New Update
আমি যি কৰিম, জনতাৰ বাবেহে কৰিমঃ উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধী

  • উত্তৰ প্ৰদেশৰ গুৰচৰাইত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
  • উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ অংশগ্ৰহণ নিৰ্বাচনী প্ৰচাৰত।
  • নিৰ্বাচনী জনসভাৰ পূৰ্বে গুৰচাইত প্ৰিয়ংকাক উষ্ম আদৰণি কংগ্ৰেছ সমৰ্থকৰ।
  • 'আমি যি কৰিম, জনতাৰ বাবেহে কৰিম।'
  • 'পুঁজিপতিৰ বাবে আমাৰ কোনো স্বাৰ্থ নাই।'
  • 'সাধাৰণ জনতাৰ বাবে আমি চিন্তা কৰি আহিছো আৰু কৰি যাম।'
  • এই মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।