New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6WNASQXkAAcJ4W.jpg)
- কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু স্বামী ৰবাৰ্ট ভাদ্ৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- দিল্লীত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- লুধি ইষ্টেটৰ চৰ্দাৰ পেটেল বিদ্যালয়ত দুয়োৱে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- ভোটাধিকাৰ সাব্যস্ত কৰিয়ে গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কলে প্ৰিয়ংকা গান্ধীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6WNFSXW4AA5_Z7-1024x576.jpg)
- প্ৰিয়ংকা গান্ধীৰ মতে, মই গণতন্ত্ৰ ৰক্ষা আৰু দেশ ৰক্ষা কৰাৰ হকে ভোট দান কৰিছো।