New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5KOG5zU0AAwz7w.jpg)
- উত্তৰ প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ বাদ্ৰাৰ নিৰ্বাচনী প্ৰচাৰ।
- বাৰাবাংকীত এক ৰোড শ্ব'ত অংশ ল'লে প্ৰিয়ংকাই।
- ৰোড শ্ব'ত দেখা গ'ল কংগ্ৰেছ সমৰ্থকৰ বিশাল দীঘলীয়া শাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5KONoDUUAIFXNq.jpg)
- ইফালে ৰোড শ্ব'ৰ পূৰ্বে দেৱ শ্বৰীফ দৰগাহত উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী।
- দৰগাহত মূৰ দোৱাই আশীৰ্বাদ লয় তেওঁ।
- ইয়াৰ পিছতে আৰম্ভ কৰে প্ৰচাৰ অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us