New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4q2JwKUcAAFqM_.jpg)
- 'যদি কংগ্ৰেছ অধ্যক্ষই মোক নিৰ্বাচন খেলিবলৈ কয়, তেন্তে মই সাজু।'
- -এই মন্তব্য উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ।
- বাৰানসীৰ পৰা প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ চলি আছে চৰ্চা।
- বাৰানসী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- মোডীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰিয়ংকা নামিব বুলি চৰ্চা চলিছে।
- কিন্তু এই মুহূৰ্তলৈ কংগ্ৰেছে ঘোষণা কৰা নাই সমষ্টিটোৰ প্ৰাৰ্থী।
- ইফালে সমষ্টিটোত বিগত কিছু দিনত প্ৰিয়ংকাই নিৰ্বাচনী জোৰদাৰ কৰি তোলা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us