New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D412VR2U4AESAob.jpg)
- আমেথিত ভাতৃ ৰাহুল গান্ধীৰ হৈ দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰিয়ংকা গান্ধীয়ে।
- নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে প্ৰিয়ংকাই আয়োজন কৰিছে ৰোড শ্ব'।
- মঙলবাৰে সংসদীয় সমষ্টিটোৰ স্থানীয় দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰিয়ংকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D412sOBU4AAEBYc.jpg)
- সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতে অন্তৰংগ বাৰ্তালাপ কৰে তেওঁ।
- সমষ্টিটোত ৰাহুল গান্ধীৰ বিজয় নিশ্চিত বুলি দাবী প্ৰিয়ংকা গান্ধীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us