New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6VkpGSWkAAqn_P.jpg)
- পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে।
- দিল্লীত ভোটদান কৰিলে ৰাষ্ট্ৰপতি গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6VkqQAWwAIlMQH-1024x576.jpg)
- ৰাষ্ট্ৰপতি ভৱনৰ এক ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
- দেশৰ ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত অনুষ্ঠিত হৈছে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।