New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5EqWURUIAAh2VL.jpg)
- পাঞ্জাৱৰ পাটিয়ালা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৰিনীত কৌৰৰ মনোনয়ন পত্ৰ দাখিল।
- শুকুৰবাৰে এক ৰোড শ্ব'ৰ অন্তত মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থীগৰাকীয়ে।
- পৰিনীত কৌৰ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী।
- প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত স্বামী অমৰিন্দৰ সিঙো।
- পাটিয়ালাত বিশাল ভোটত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাসী পৰিনীত কৌৰ।
- সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে এই বিশ্বাস।