New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5EDRDNU8AEOEi5.jpg)
- 'আজি দেশবাসীয়ে নিৰ্ধাৰণ কৰিছে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী কোন হোৱা উচিত।'
- শুকুৰবাৰে এই মন্তব্য কৰে এনডিএ সহযোগী শিৰোণণি অকালী দলৰ নেতা প্ৰকাশ সিং বাদলে।
- শুকুৰবাৰে বাৰানসীত অনুষ্ঠিত এনডিএ মিত্ৰজোঁট বৈঠকৰ পিছতে এই মন্তব্য নেতাজনৰ।
- 'নৰেন্দ্ৰ মোডীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ ক্ষমতা কাৰো নাই।'
- 'গান্ধী পৰিয়ালৰ লোকসকল আৰু মোডীৰ মাজত হাতী আৰু মাখিৰ সমান প্ৰভেদ আছে।'
- 'গান্ধী পৰিয়ালে কেতিয়াও মোডীৰ পৰাক্ৰমক জয় কৰিব নোৱাৰে।'
- মোডীক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী আখ্যা নেতাজনৰ।