New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4axXHXU4AATVYG.jpg)
- লক্ষ্ণৌ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী পুনম সিনহাৰ মনোনয়ন পত্ৰ দাখিল।
- এছপি-বিএছপি-আৰএলডি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিলে পুনম সিনহাই।
- মনোনয়ন দাখিলৰ পিছতে এক বিশাল ৰোড শ্ব'ত অংশ লয় প্ৰাৰ্থীগৰাকীয়ে।
- ৰোড শ্ব'ত দেখা পোৱা যায় তেওঁৰ সহস্ৰাধিক সমৰ্থক আৰু কেইবাগৰাকীও জ্যেষ্ঠ নেতাক।
- স্বামী তথা কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহা, ডিম্পল যাদৱেও অংশ লয় পুনম সিনহাৰ ৰোড শ্ব'ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us