চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ১১ বজালৈ ক’ত কিমান ভোটদানৰ হাৰ…

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ১১ বজালৈ ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • দেশৰ শান্তিপূৰ্ণভাৱে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • পুৱা ১১ বজালৈ মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ১৮.৩৯ শতাংশ।
  • ইফালে, ওড়িশ্যাত ১৭ শতাংশ আৰু পশ্চিমবংগত ৩৪.৭১ শতাংশ ভোটদানৰ হাৰ পুৱা ১১ বজালৈকে।
  • লগতে ঝাৰখণ্ডত মুঠ ভোটহানৰ হাৰ ২৯.২১ শতাংশ।
  • ইফালে বিহাৰৰ ৫টা সংসদীয় সমষ্টিত পুৱা ১১ বজালৈকে ভোটদানৰ হাৰ ১৭.০৭ শতাংশ।
  • ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী।