New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D62YdKxW0AAfoDo.jpg)
- অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে দেশৰ ৮ ৰাজ্যৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ।
- ঝাৰখণ্ডতো ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং বিষয়া-কৰ্মচাৰীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D62YaAHX4AMkxAR.jpg)
- ই ভি এম আৰু ভি ভি পেট লৈ ৰাজ্যখনৰ ডুমকা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং বিষয়া।
- উল্লেখ্য যে, অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৰাজ্যখনৰ ৩টা সংসদীয় সমষ্টিত হ'ব।
- কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D62YW0VXoAA5nmQ.jpg)