New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/modi-pti-4-1537986012-1541940809-1546134480.jpeg)
- গুজৰাটৰ গান্ধীনগৰত ভোটদান সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
- আহমেদাবাদৰ ৰাণী এলেকাৰ নিছান বিদ্যালয়ত ভোটদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
- ২০১৪ৰ লোকসভা নিৰ্বাচনতো এই কেন্দ্ৰটোতে ভোটদান কৰিছিল মোডীয়ে।
- এইবাৰ গান্ধীনগৰৰ বিজেপি প্ৰাৰ্থী অমিত শ্বাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us