নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেইঃ শিলচৰত প্ৰধানমন্ত্ৰীৰ সদম্ভ ঘোষণা

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেইঃ শিলচৰত প্ৰধানমন্ত্ৰীৰ সদম্ভ ঘোষণা

author-image
asomiyapratidin
New Update
শিলচৰত মোডীৰ প্ৰতিশ্ৰুতিৰ বন্যাঃ কংগ্ৰেছক সমালোচনা কৰি ক’লে- সমগ্ৰ দেশবাসীয়েই চকীদাৰ

  • শিলচৰত নিৰ্বাচনী জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয় উত্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ।
  • 'আমি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই।'
  • 'অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এই বিধেয়ক অনাটো জৰুৰী।'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কে সকলো শ্ৰেণীৰ লোককে সুৰক্ষিত কৰিব।'
  • 'অসমবাসীৰ বাবে এই বিধেয়কে কোনো ক্ষতি সাধন নকৰে।'
  • 'আমাৰ হিন্দু ভাই বন্ধু সকলৰ বাবে এই বিধেয়ক খন আনিব লাগিব।'
  • 'আমি চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিম।'