প্ৰথমটো কাৰ্যকালৰ অন্ত, ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ মোডীৰ

প্ৰথমটো কাৰ্যকালৰ অন্ত, ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ মোডীৰ

author-image
asomiyapratidin
New Update
প্ৰথমটো কাৰ্যকালৰ অন্ত, ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ মোডীৰ

  • অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথমটো কাৰ্যকাল।
  • ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক ৰাষ্ট্ৰপতি ভৱনত কিছু সময় পূৰ্বে সাক্ষাৎ কৰিলে মোডীয়ে।
  • ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ হাতত অৰ্পণ কৰিলে পদত্যাগ পত্ৰ।
  • ইযাৰ লগে লগে ভংগ হ'ল ১৬ সংখ্যক লোকসভা।
  • পুনৰ ৩০ মে'ত মোডীয়ে ২য় কাৰ্যকালৰ বাবে শপত ল'ব প্ৰধানমন্ত্ৰী ৰূপে।
  • শনিবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় দলৰ বৈঠক।
  • এই বৈঠকতে নৱ নিৰ্বাচিত সাংসদসকলে মোডীক নিৰ্বাচন কৰিব সংসদীয় দলৰ নেতা ৰূপে।