দেশৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিতঃ শপতগ্ৰহণৰ পাছত মোডী প্ৰথমটো টুইট…

দেশৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিতঃ শপতগ্ৰহণৰ পাছত মোডী প্ৰথমটো টুইট…

author-image
asomiyapratidin
New Update
দেশৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিতঃ শপতগ্ৰহণৰ পাছত মোডী প্ৰথমটো টুইট…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া দেশৰ নতুন প্ৰধানমন্ত্ৰীৰূপে পুনৰ শপতগ্ৰহণ কৰাৰ পাছত মোডীয়ে টুইটাৰযোগে সকলো মন্ত্ৰীকে শুভেচ্ছা জ্ঞাপন কৰে।

Advertisment

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয় 'দেশৰ বিকাশৰ বাবে সকলো একলগ হৈ কাম কৰিম। এই টীমত অতি সুন্দৰকৈ নিজৰ কাম সম্পাদন কৰা সাংসদসকল আছে। নতুন দলত যুৱ শক্তিৰ লগতে প্ৰশাসনিক অভিজ্ঞতা থকা ব্যক্তিয়ো আছে। ভাৰতৰ সেৱা কৰিবলৈ পাই গৌৰৱান্বিত'।

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ৭ বাজি ২ মিনিটৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত মোডীৰ সৈতে মুঠ ৫৮ জনে শপত গ্ৰহণ কৰিছিল।