New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4zk3zxWsAAOnCT.jpg)
- প্ৰধানমন্ত্ৰী মোডীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ।
- আহমেদাবাদৰ নিশান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত মোডীৰ।
- উক্ত সমষ্টিটোত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অমিত শ্বাহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4zjD1zWwAA8wRH.jpg)
- ভোটদানৰ পূৰ্বে মাতৃৰ বাসগৃহত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী।
- তাৰপাছত মাতৃৰ আশীৰ্বাদ লৈ ভোটদান কৰে মোডীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us