New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5DulKYUUAE1eNt.jpg)
- বাৰানসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ পূৰ্বে এনডিএ মিত্ৰজোঁটৰ নেতাসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- বাৰানসীৰ কালেক্টৰেট অফিচত এনডিএ মিত্ৰজোঁটৰ শীৰ্ষ নেতাৰ সৈতে বাৰ্তালাপ কৰে তেওঁ।
- প্ৰধানমন্ত্ৰীক সমৰ্থন জনাবলৈ উপস্থিত বিজেপিৰ লগতে সহযোগী দলসমূহৰ নেতাসকল।
- ইয়াৰ পিছতে মনোনয়ন পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
#WATCH: PM Narendra Modi meets NDA leaders at Collectorate office ahead of filing his nomination from Varanasi parliamentary constituency. pic.twitter.com/xVfO9kovHP
— ANI UP/Uttarakhand (@ANINewsUP) April 26, 2019