নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

  • নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ।
  • 'পিএম নৰেন্দ্ৰ মোডী'ৰ মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ছবিখনৰ নিৰ্মাতাই।
  • নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অপৰাধন নিৰ্বাচনৰ সময়ত ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিছিল নিৰ্বাচন আয়োগে।
  • ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ছবিখনৰ নিৰ্মাতাই।
  • কিন্তু নিৰ্বাচন আয়োগৰ নিৰ্দেশত হস্তক্ষেপ কৰিব বিচৰা নাই উচ্চতম ন্যায়ালয়ে।
  • উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে 'পিএম নৰেন্দ্ৰ মোডী' নামৰ ছবিখন।
  • ছবিখনত নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে বিবেক অবেৰয়ে।