কোন ৰাজ্যত ৯ বজা পৰ্যন্ত কিমান শতাংশ ভোটদান, শীৰ্ষত অসম…

কোন ৰাজ্যত ৯ বজা পৰ্যন্ত কিমান শতাংশ ভোটদান, শীৰ্ষত অসম…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ৭ বজাৰ পৰা আৰম্ভ হোৱা কেইখন মান ৰাজ্যৰ ৯ বজা পৰ্যন্ত ভোটদান হাৰ এনেধৰণৰ-
  • অসমৰ ৫ সমষ্টিৰ ভোটদানৰ হাৰ ১১ শতাংশ।
  • জম্মু-কাশ্মীৰৰ ২ সমষ্টিৰ ভোটদানৰ হাৰ ০.৯৯ শতাংশ।
  • কৰ্ণাটকৰ ১৪ সমষ্টিৰ ভোটদানৰ হাৰ ১.১৪ শতাংশ।
  • মহাৰাষ্ট্ৰৰ ১০ সমষ্টিৰ ভোটদানৰ হাৰ ০.৮৫ শতাংশ।
  • মণিপুৰৰ ১ সমষ্টিৰ ভোটদানৰ হাৰ ১.৭৮ শতাংশ।
  • ওড়িশাৰ ৫ সমষ্টিৰ ভোটদানৰ হাৰ ২.১৫ শতাংশ।
  • তানিলনাডুৰ ৩৮ সমষ্টিৰ ভোটদানৰ হাৰ ০.৮১ শতাংশ।
  • উত্তৰ প্ৰদেশৰ ৮ সমষ্টিৰ ভোটদানৰ হাৰ ৩.৯৯ শতাংশ।
  • পুডুচেৰীৰ ভোটদানৰ হাৰ ১.৬২ শতাংশ।
  • পশ্চিম বংগৰ ৩ সমষ্টিৰ ভোটদানৰ হাৰ ০.৫৫ শতাংশ।
  • চত্তীশগড়ৰ ৩ সমষ্টিৰ ভোটদানৰ হাৰ ৭.৭৫ শতাংশ।