পঞ্জাৱৰ তালৱান্দীত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত…

পঞ্জাৱৰ তালৱান্দীত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত…

author-image
asomiyapratidin
New Update
পঞ্জাৱৰ তালৱান্দীত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত…

  • পঞ্জাৱতো নিৰ্বাচন কেন্দ্ৰিক সংঘাত।
  • পঞ্জাৱৰ ভতিণ্ডাৰ তালৱান্দীৰ ১২২ নং ভোটকেন্দ্ৰ বাহিৰত দুই পক্ষৰ মাজত সংঘাত।
  • আৰক্ষীয়ে জনোৱা মতে, সমষ্টিটোত নিৰ্বাচন কেন্দ্ৰিক সংঘাত সংঘটিত হয়।
  • এই সংঘৰ্ষত এজনে গুলীচালনা কৰা বুলিও জনায় আৰক্ষীয়ে।
  • এই সংঘৰ্ষত আহত হৈছে এজন লোক।
  • ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
  • ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ কৰা হৈছে।