New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/KLO.jpg)
- মঙলবাৰে ২১ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিব নিৰ্বাচনী আয়োগক।
- ভিভিপেটৰ সন্দৰ্ভত আলোচনাত বহাৰ লগতে নিজৰ মতো প্ৰকাশ কৰিব ৰাজনৈতিক দলসমূহে।
- প্ৰাপ্ত খবৰ অনুসৰি নিৰ্বাচনী আয়োগক সাক্ষাতৰ বাবে কংগ্ৰেছৰ হৈ অহমদ পেটেল অথবা গুলাম নবী আজাদ, তৃণমূল কংগ্ৰেছৰ ডেৰেকে অ' ব্ৰায়ন, চি পি এমৰ সীতাৰাম য়েচুৰী, চি পি আইৰ ডি ৰাজা, বহুজন সমাজৱাদী পাৰ্টিৰ সতীশ চন্দ্ৰ মিশ্ৰাৰ দৰে নেতা একগোট হ'ব।
- উল্লেখ্য যে, এগজিট প'লৰ পাছতে ভোটিং মেচিনক লৈ বিৰোধীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।
- কেইবাটাও সংস্থাই বিজেপি নেতৃত্বাধীন এন ডি এক ৩০০ ৰো অধিক আসন প্ৰদীন কৰিছে।