নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় ওড়িশ্যাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত… ওড়িশ্যাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত… asomiyapratidin 23 May 2019 14:02 IST Follow UsNew Updateওড়িশ্যাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত।৯৪খন আসনেৰে আগবাঢ়ি আছে বিজেডি।২৮খন আসনেৰে দ্বিতীয় স্থানত আছে বিজেপি।ইফালে, কংগ্ৰেছৰ ১২খন,চিপিআই(এম)ৰ ১খন, জে এম এমত ১খন আসন আৰু নিৰ্দলীয় দলে লাভ কৰিছে ১খন আসন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক