New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/r-bhawan.jpg)
- প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনত আহি উপস্থিত হ'লহি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।
- কিছু সময় পাছতে আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান।
- সুষমা স্বৰাজে শপত নলয় মন্ত্ৰীৰূপে।
- ৩ মন্ত্ৰী পদ নিদিয়াৰ বাবে শপত গ্ৰহণত অংশ নলয় এনডিএ সহযোগী দল জেডিইউ-এ।