New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- ওড়িশাত সেৰেঙা ভোটদানৰ হাৰ।
- ৰাজ্যখনত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা নক্সালবাদীৰ।
- ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী আয়োগে সদৰি কৰা মতে, ভোটদানত বাধা দিছে নক্সালবাদীয়ে।
- চিত্ৰকোন্দা আৰু মালকনগিৰিৰ ৬টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ নাহিল এজনো লোক।
- জিলা দুখনৰ এই ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ভোটাধিকাৰ সাব্যস্ত কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল নক্সালবাদীয়ে।
- যাৰ পৰিপ্ৰেক্ষিতত অধিক নিৰাপত্তাক্ষী মোতায়েনৰ পিছতো ভোট কেন্দ্ৰত দেখা পোৱা নগ'ল ভোটাৰক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us