মহাৰাষ্ট্ৰত ভোটগ্ৰহণেই অনুষ্ঠিত নহ’ল ৪ টা ভোটকেন্দ্ৰত, কাৰণ…

মহাৰাষ্ট্ৰত ভোটগ্ৰহণেই অনুষ্ঠিত নহ’ল ৪ টা ভোটকেন্দ্ৰত, কাৰণ…

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰত ভোটগ্ৰহণেই অনুষ্ঠিত নহ’ল ৪ টা ভোটকেন্দ্ৰত, কাৰণ…

  • মহাৰাষ্ট্ৰৰ গাড়চিৰোলী সংসদীয় সমষ্টিৰ অন্তৰ্গত ৪ টা ভোটকেন্দ্ৰত অনুষ্ঠিত নহ'ল ভোটগ্ৰহণ।
  • মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰিলে এই কথা।
  • অঞ্চল চাৰিটা নক্সাল প্ৰভাৱিত হোৱা বাবেই নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব নোৱাৰিলে ভোটগ্ৰহণ।
  • অঞ্চল কেইটাত উপস্থিত হ'ব নোৱাৰিলে নিৰ্বাচনী দল।
  • অঞ্চল কেইটাত পুনৰ ভোট গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়াগৰাকীয়ে।