নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় পুৱাই ভোটদান কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুৱাই ভোটদান কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে asomiyapratidin 19 May 2019 10:11 IST Follow UsNew Updateপুৱাই ভোটদান কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।পাটনাত ভোটদান কৰিলে নেতাজনে।ৰাজভৱনৰ ৩২৬ নম্বৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে নেতাজনে।উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈছে সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক