নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় মহাৰাষ্ট্ৰৰ নাগপুৰত জয়ী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী… মহাৰাষ্ট্ৰৰ নাগপুৰত জয়ী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী… asomiyapratidin 24 May 2019 07:44 IST Follow UsNew Updateমহাৰাষ্ট্ৰৰ নাগপুৰ সমষ্টিত জয়ী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।মুঠ ২,১৬,০০৯ভোট লাভেৰে জয়ী গাডকাৰী।গাডকাৰীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাবিছ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক