New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-state-wise.jpg)
- নিশা ১১.৩০ বজালৈকে ৫৪২ খন আসনৰ ভিতৰত ৩৭৭ খন আসনৰ ফলাফল ঘোষণা।
- বিজেপিয়ে লাভ কৰিছে ২৩২ খন আসন।
- অগ্ৰগতি লাভ কৰি আছে ৭১ খন আসনত।
- আনহাতে কংগ্ৰেছে ৩৯ খন আসন লাভ কৰাৰ বিপৰীতে ১৩ খনত আগ্ৰগতি লাভ কৰি আছে।
- শিৱসেনাই ১০ খন আসনত জয়ী হোৱাৰ বিপৰীতে ৮ খনত লাভ কৰি আছে অগ্ৰগতি।
- তৃণমূল কংগ্ৰেছে ১৪ খন আসনত জয়লাভ কৰিছে, অগ্ৰগতি লাভ কৰি আছে ৮ খন আসনত।