New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7GVSEeUcAUsYTd.jpg)
- দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন।
- নৈশ ভোজনত উপস্থিত বিজেপিৰ লগতে অন্যান্য সহযোগী দলৰ শীৰ্ষ নেতা।
/https://media.assettype.com/asomiyapratidin/import/media/D7GVV7-UIAIyH1T.jpg)
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহো উপস্থিত আছে নৈশ ভোজনত।
- মিত্ৰদলৰ নেতৃত্বই সম্ভাষণ জনায় প্ৰধানমন্ত্ৰী মোডীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7GT4jnUcAIQktU.jpg)
- লোকসভা নিৰ্বাচন, ২০১৯ৰ এগজিট প'লৰ ফলাফল প্ৰকাশৰ পাছতে এনডিএত আনন্দৰ জোৱাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7GVYF8U0AAW47X.jpg)
- বিভিন্ন সংস্থাৰ এগজিট প'লৰ ফলাফলত প্ৰকাশ পাইছে পুনৰ এবাৰ এনডিএ চৰকাৰ গঠনৰ সম্ভাৱনা।