নগাঁও লোকসভা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

নগাঁও লোকসভা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

author-image
asomiyapratidin
New Update
নগাঁও লোকসভা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

  • সমষ্টি- ১০ নং নগাঁও লোকসভা সমষ্টি।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৭ জন।
  • বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা।
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ
  • নিৰ্দলীয় প্ৰাৰ্থী জাকিৰ হুচেইন
  • পূৰ্বাঞ্চল জনতা পাৰ্টি(চেকুলাৰ) অাজগৰ আলী।
  • ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুশান্ত মজুমদাৰ।
  • টি এম চিৰ প্ৰাৰ্থী সহদেৱ দাস।
  • ভোটাৰচ পাৰ্টি ইন্টাৰনেচনেলৰ প্ৰাৰ্থী গোলাপী শইকীয়া।