Published on:
Updated on:
- 'পশ্চিম বংগত কিয় নিশাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে?'
- এই প্ৰশ্ন বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীৰ।
- পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন আয়োগে জাৰি কৰা নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেত্ৰীগৰাকীয়ে।
- 'নিৰ্বাচন আয়োগে নিশা ১০ বজাৰ পৰাহে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি কৈছে।'
- 'কিন্তু পুৱাই আই নিষেধাজ্ঞা কিয় জাৰি কৰা নহ'ল?'
- 'ইয়াৰ কাৰণ হৈছে আজি পশ্চিম বংগত প্ৰধানমন্ত্ৰী মোডীৰ দুখনকৈ ৰেলী আছে।'
- 'এই ৰেলী অন্ত পৰাৰ পিছতহে নিৰ্বাচনী প্ৰচাৰত বাধা আৰোপ কৰা হৈছে।'
- 'বিজেপি আৰু মোডীৰ স্বাৰ্থলাভৰ অংকৰে এয়া কৰা হৈছে।'
- 'কিন্তু এয়া সঠিক হোৱা নাই।'
- নিৰ্বাচন আয়োগে বিজেপি আৰু মোডীৰ হেঁচাত কাম কৰিব লগা হৈছে বুলিও মন্তব্য কৰে মায়াৱতীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in