ভোটগণনাৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু কংগ্ৰেছ নেতাৰ…

ভোটগণনাৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু কংগ্ৰেছ নেতাৰ…

author-image
asomiyapratidin
New Update
ভোটগণনাৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু কংগ্ৰেছ নেতাৰ…

  • ভোটগণনা চলি থকাৰ মাজতে মধ্যপ্ৰদেশত অঘটন।
  • এটা ভোটগণনা কেন্দ্ৰত হঠাৎ ঢলি পৰি মৃত্যু কংগ্ৰেছ নেতাৰ।
  • ভোট গণনা কেন্দ্ৰত মৃত্যু ঘটা কংগ্ৰেছ নেতাগৰাকীৰ নাম ৰতন সিং।
  • হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে মধ্যপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ।
  • কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত মধ্যপ্ৰদেশ কংগ্ৰেছত শোকৰ ছাঁ।