নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় ৩০ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে ৩০ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে asomiyapratidin 26 May 2019 17:42 IST Follow UsNew Update৩০ মে'ত প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে।৩০ মে'ৰ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান।মন্ত্ৰীসভাৰ অইন সদস্য সকলেও কৰিব শপত গ্ৰহণ।প্ৰধানমন্ত্ৰী হিচাপে এয়া মোডীৰ দ্বিতীয়টো কাৰ্যকাল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক