আজি প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন পত্ৰ দাখিলৰ দিন, বাৰানসীত এনডিএৰ বৈঠক

আজি প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন পত্ৰ দাখিলৰ দিন, বাৰানসীত এনডিএৰ বৈঠক

author-image
asomiyapratidin
New Update
আজি প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন পত্ৰ দাখিলৰ দিন, বাৰানসীত এনডিএৰ বৈঠক

  • আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • বাৰানসী সমষ্টিৰ পৰা তেওঁ দাখিল কৰিব মনোনয়ন।
  • মনোনয়ন দাখিলৰ এদিন পূৰ্বে তেওঁ বাৰানসীত এক ৰোড শ্ব'ত অংশ লয়।
  • ৬ লক্ষাধিক জন সমৰ্থনেৰে অভিলেখকাৰী ৰোড শ্ব'ত অংশ লয় মোডীয়ে।
  • দশাশ্বমেধ ঘাটত গংগা আৰতিৰ পিছতে বাহিৰ কৰিছিল এই ৰোড শ্ব'।
  • ইফালে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন দাখিলৰ পূৰ্বে বাৰানসীত এক এনডিএ নেতাৰ বৈঠক অনুষ্ঠিত কৰা হয়।
  • এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি অমিত শ্বাহৰ লগতে উপস্থিত থাকে মিত্ৰদলৰ নেতাসকল।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে বৈঠকত।
  • বৈঠকত ৰাজনৈতিক কুচকাৱাজ সন্দৰ্ভত আলোচনা।