পণ্ডিত মদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপনেৰে মোডীৰ ৰোড শ্ব’, চাওক VIDEO

author-image
asomiyapratidin
New Update
পণ্ডিত মদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপনেৰে মোডীৰ ৰোড শ্ব’, চাওক VIDEO

  • বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল ৰোড শ্ব'।

— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019

  • পণ্ডিত মদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ পিছতে ৰোড শ্ব'ত অংশ লয় মোডীয়ে।
  • মোডীৰ ৰোড শ্ব'ত দেখা হ'ল বিশাল জনসমৰ্থন।
  • বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।