কাৰাগাৰৰ ভিতৰে বাহিৰে থকা সকলে এখন মজবুত চৰকাৰ কেতিয়াও নিবিচাৰেঃ প্ৰধানমন্ত্ৰী মোডী

কাৰাগাৰৰ ভিতৰে বাহিৰে থকা সকলে এখন মজবুত চৰকাৰ কেতিয়াও নিবিচাৰেঃ প্ৰধানমন্ত্ৰী মোডী

author-image
asomiyapratidin
New Update
কাৰাগাৰৰ ভিতৰে বাহিৰে থকা সকলে এখন মজবুত চৰকাৰ কেতিয়াও নিবিচাৰেঃ প্ৰধানমন্ত্ৰী মোডী

  • বিহাৰৰ মুজাফ্ফৰপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
  • 'আজি যিসকল জেইলৰ ভিতৰত আছে আৰু যিসকলৰ জেইললৈ যাও যাও অৱস্থা তেওঁলোকে এখন ভাল চৰকাৰ কামনা নকৰে।'
  • 'জামিনত বাহিৰলৈ অহা সকলেও মোক ভাল নাপায়।'
  • 'কিয়নো তেওঁলোকে কেন্দ্ৰত এখন মজবুত চৰকাৰ কামনা নকৰে।'
  • 'যাৰ বাবে তেওঁলোকে আজি জেললৈ যাব লগা হ'ল, তেওঁক সেইসকলে বেয়া পায়।'
  • 'মই কেতিয়াও দুৰ্নীতিৰ সৈতে আপোচ কৰি পোৱা নাই।'
  • 'যিয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰেৰে দৰিদ্ৰ জনতাৰ অধিকাৰ কাঢ়িছে, তেওঁলোকে শাস্তি পাবই লাগিব।'
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসভাত নাম উল্লেখ নকৰাকৈয়ে আৰজেডি অধক্ষ্য লালু প্ৰসাদ যাদৱক কটাক্ষ কৰে।