New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5DjjewU0AAmTuw.jpg)
- বাৰানসীৰ কাল ভৈৰৱ মন্দিৰত পূজা অৰ্চনা প্ৰধানমন্ত্ৰী মোডীৰ।
- এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি কৰ্মীক সম্বোধন কৰাৰ পিছতে মন্দিৰত উপস্থিত হয় মোডী।
- ইয়াৰ পিছতে তেওঁ যাত্ৰা আৰম্ভ কৰে কালেক্টৰ অফিচলৈ ৰাওনা হয় নৰেন্দ্ৰ মোডী।
- অগণন সমৰ্থক আৰু অনুৰাগীৰ মাজেৰে মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ যাত্ৰা।