New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5AeNDSUwAA-waE.jpg)
- বাৰানসীৰ দশশ্বমেধ ঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূজা অৰ্চনা।
- ৰোড শ্ব'ত অংশ লোৱাৰ পিছতে দশশ্বমেধ ঘাটত পূজা আগবঢ়ায় মোডীয়ে।
#WATCH Varanasi: PM Narendra Modi at Dashashwamedh Ghat for the Ganga aarti. pic.twitter.com/GN0noBZ97p
— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019
- মোডীৰ সৈতে উপস্থিত বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5AeJf5UcAEyJME.jpg)
- উল্লেখ্য যে, বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
- নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাৰানসীত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে নৰেন্দ্ৰ মোডীয়ে।
#WATCH PM Narendra Modi offers prayers at Dashashwamedh Ghat in Varanasi pic.twitter.com/9d9j7VjU2G
— ANI UP/Uttarakhand (@ANINewsUP) April 25, 2019