New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/58033099_1061055490951899_5626473390450671616_n.jpg)
- আজি বাৰানসীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- শুকুৰবাৰে বাৰানসীত মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- মোডীৰ আগমনক লৈ বাৰানসীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
- আজি বাৰাসনীত ভাগ ল'ব বিশাল ৰোড শ্ব'ত।
- হিন্দু বিশ্ববিদ্যালয়ৰ পৰা দশ্বমেধ ঘাটলৈ সমদল বাহিৰ কৰা হ'ব।
- বাৰানসীৰ বিশিষ্ট নাগৰিকৰ মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
- সন্ধিয়া বাৰানসী ঘাটত আৰতী কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।