বাৰানসীত নৰেন্দ্ৰ মোডীয়ে কিমান ভোট পাইছে?

বাৰানসীত নৰেন্দ্ৰ মোডীয়ে কিমান ভোট পাইছে?

author-image
asomiyapratidin
New Update
আজি প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন পত্ৰ দাখিলৰ দিন, বাৰানসীত এনডিএৰ বৈঠক

  • বাৰানসীত ১,৮১,৪২৩টা ভোটেৰে আগত আছে প্ৰধানমন্ত্ৰী মোডী।
  • দ্বিতীয় স্থানত আছে সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী ছালিনী যাদৱ।
  • কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে লাভ কৰিছে ৩৩৭৬৮টা ভোট।
  • এতিয়ালৈকে গণনা হৈছে ২৮২৫৩৭টা ভোট।
  • মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোতো সহস্ৰাধিক লোকে ভোটদান কৰিছে নোটাত।
  • নোটাত এতিয়ালৈকে ভোটদান কৰা সংখ্যা ১০১৪।