New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/modi-last-rally-Untitled-19.jpg)
- শুকুৰবাৰে মধ্যপ্ৰদেশৰ খাৰগোনেত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী সভা।
- সহস্ৰাধিক লোকে অংশ লয় এই নিৰ্বাচনী সভাত।
- নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়-
- 'এইবাৰ ৩০০ আসন পাৰ, পুনৰ মোডী চৰকাৰ।'
- উল্লেখ্য যে, এই জনসভাখন প্ৰধানমন্ত্ৰীগৰাকীৰ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অন্তিমখন নিৰ্বাচনী জনসভা।
#WATCH Khargone(Madhya Pradesh): PM Narendra Modi in his last election rally of the 2019 Lok Sabha campaign says 'Ab ki baar 300 paar, phir ek baar Modi Sarkar' pic.twitter.com/zzsZtME5na
— ANI (@ANI) May 17, 2019