কিয় মাতৃ, ভাতৃৰ সৈতে একেলগে নাথাকে প্ৰধানমন্ত্ৰী মোডী? চাওক সাক্ষাৎকাৰ, LIVE

কিয় মাতৃ, ভাতৃৰ সৈতে একেলগে নাথাকে প্ৰধানমন্ত্ৰী মোডী? চাওক সাক্ষাৎকাৰ, LIVE

author-image
asomiyapratidin
New Update
কিয় মাতৃ, ভাতৃৰ সৈতে একেলগে নাথাকে প্ৰধানমন্ত্ৰী মোডী? চাওক সাক্ষাৎকাৰ, LIVE

  • দিল্লীৰ ৭ লোক কল্যান মাৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎকাৰ।
  • অভিনেতা অক্ষয় কুমাৰে গ্ৰহণ কৰিছে এই সাক্ষাৎকাৰ।


— ANI (@ANI) April 24, 2019

  • মোডীৰ সাক্ষাৎকাৰত দেশ, ৰাজনীতি, ব্যক্তিগত জীৱন সন্দৰ্ভত বাৰ্তালাপ।
  • নৰেন্দ্ৰ মোডীৰ বাসগৃহত কিয় মাতৃ, ভাতৃৰ সৈতে একেলগে নাথাকে, সেয়াও ক'লে মোডীয়ে।


— ANI (@ANI) April 24, 2019

  • প্ৰধানমন্ত্ৰীগৰাকীৰ ফেশ্বন ষ্টাইল সন্দৰ্ভতো প্ৰশ্ন অক্ষয় কুমাৰৰ।
  • কিয় দাঢ়ি ৰাখে নৰেন্দ্ৰ মোডীয়ে?
  • ছ'চিয়েল মিডিয়াত কিমান সক্ৰিয় নৰেন্দ্ৰ মোডী?


— ANI (@ANI) April 24, 2019

  • আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে থকা বন্ধুত্বৰ কথাও ক'লে নৰেন্দ্ৰ মোডীয়ে।
  • চাওক নৰেন্দ্ৰ মোডীৰ কিছু সময় পূৰ্বে প্ৰকাশ পোৱা সাক্ষাৎকাৰ-


— ANI (@ANI) April 24, 2019