আমি দিপাৱলীত জ্বলাবলৈ নিউক্লিয়াৰ বোমা সাচি ৰখা নাইঃ মোডী

আমি দিপাৱলীত জ্বলাবলৈ নিউক্লিয়াৰ বোমা সাচি ৰখা নাইঃ মোডী

author-image
asomiyapratidin
New Update
ভাৰতীয় সেনাক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়েঃ ১৫০ৰো অধিক প্ৰাক্তন সেনা বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

ফাইল ফটো

  • ৰাজস্থানৰ বাৰমেৰত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
  • নিৰ্বাচনী প্ৰচাৰ সভাত পাকিস্তানৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোডী।
  • 'ভাৰতে পাকিস্তানক ভয় কৰিবলৈ কেতিয়াবাই এৰি দিলে।'
  • 'পাকিস্তানে বাৰে বাৰে ভাবুকি দিয়ে যে তেওঁলোকৰ হাতত নিউক্লিয়াৰ অস্ত্ৰ আছে।'
  • 'তেন্তে আমাৰ ওচৰত কি আছে?'
  • 'আমি কি দিপাৱলীত জ্বলাবলৈহে নিউক্লিয়াৰ বোমা সাচি ৰাখিছো নেকি?'
  • 'ভাৰত আজি প্ৰত্যুত্তৰ দিবলৈ সাজু।'
  • ৰাষ্ট্ৰ সুৰক্ষাৰ কথাৰে এইদৰে নিৰ্বাচনী প্ৰচাৰ মোডীৰ।


— ANI (@ANI) April 21, 2019