বাৰানাসীৰ কালেক্টৰেট অফিচত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

বাৰানাসীৰ কালেক্টৰেট অফিচত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

author-image
asomiyapratidin
New Update
বাৰানাসীৰ কালেক্টৰেট অফিচত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

  • বাৰানসীৰ কালেক্টৰেট অফিচত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • কিছু সময় পিছতে তেওঁ দাখিল কৰিব তেওঁৰ মনোনয়ন পত্ৰ।
  • এইবাৰো বাৰানসী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব  মোডীয়ে।
  • প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ, ৰাজনাথ সিং।
  • অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপ নেতা অতুল বৰাসহ এনডিএৰ অন্য নেতাসকলো উপস্থিত কালেক্টৰেট অফিচত।
  • প্ৰধানমন্ত্ৰীৰ মনোনয়ন দাখিলক কেন্দ্ৰ কৰি লোকে লোকাৰণ্য হৈ পৰিছে কালেক্টৰেট অফিচৰ চৌহদ।