New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5YQZhjUYAAd5Av.jpg)
- ৰাহুল গান্ধী ভাৰতীয় নাগৰিক নহয় বুলি বিজেপিয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাৰ।
- 'সমগ্ৰ বিশ্বই জানে যে ৰাহুল গান্ধী ভাৰতীয় নাগৰিক।'
- 'জন্মগতভাৱে তেওঁ ভাৰতীয়, তাত কাৰো সন্দেহ নাই।'
- 'কিন্তু বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ বিকাশমূলক ইছ্যু নাই বাবেই এনে মন্তব্য কৰিব পাৰে।'
- 'নৰেন্দ্ৰ মোডীয়ে নিবনুৱা সমস্যাক লৈ কোনো উত্তৰ দিবলৈ অসমৰ্থ।'
- 'ক'লা ধন ঘূৰাই অনা আৰু দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰতো অসফল মোডী চৰকাৰ।'
- 'যাৰ বাবে নিৰ্বাচনৰ সময়ত নতুন ইছ্যুৰ সন্ধান কৰিছে মোডীয়ে।'
- 'সেইবাবেই ৰাহুল গান্ধীক ভাৰতীয় নহয় বুলি ভুল প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰীয়ে।'