New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4GYVPxXkAEntLq.jpg)
- নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীৰ।
- প্ৰধানমন্ত্ৰী মোডীক ভ্ৰষ্টাচাৰী নেতা আখ্যা তেওঁৰ।
- 'মই আয়কৰ বিভাগৰ তালাচীলৈ ভয় নকৰো।'
- 'কিন্তু এইছ ডি দেৱগৌড়াই (কুমাৰস্বামীৰ পিতৃ) যেতিয়া নিশা অইন এঘৰলৈ আতিথ্য গ্ৰহণ কৰিবলৈ গৈছিল, তেতিয়াই আয়কৰ বিভাগে অভিযান চলায় তেওঁৰ ঘৰত।'
- 'এয়া কেনে ধৰণৰ চৰকাৰৰ কাম?'
- 'নৰেন্দ্ৰ মোডীয়ে এতিয়া সৌজন্যতাও পাহৰি গৈছে।'
- 'মই মোডীৰ পৰা একো কথা শিকাৰ প্ৰয়োজন নাই।'
- 'মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব পালন কৰিছো।'
- 'মোৰ কি ভয় থাকিব পাৰে?'
- 'প্ৰধানমন্ত্ৰীয়ে নিজৰ গুপ্ত ধন সুৰক্ষিত কৰিবলৈ আয়কৰ বিভাগত বিৰোধীৰ ঘৰত ব্যস্ত কৰি ৰাখিছে।'
- 'তেওঁ তেওঁৰ কৰ্মৰে নীৰিহ নীপিড়িতক কষ্ট দিয়াৰ বাহিৰে একো কৰা নাই।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us